Aage Pase Songtext
von Zubeen Garg
Aage Pase Songtext
আগে পাছে দেখা নাই
তুমি কোন গাঁৱৰে ৰূপহী
আগে পাছে দেখা নাই
তুমি কোন গাঁৱৰে ৰূপহী
তোমাকে দেখা পৰা মোৰ
বুকুতে খেলি মেলি
অ... আগে পাছে দেখা নাই
তুমি কোন গাঁৱৰে ৰূপহী
আগে পাছে দেখা নাই
তুমি কোন গাঁৱৰে ৰূপহী
তোমাকে দেখা পৰা মোৰ
বুকুতে খেলি মেলি
অ...
তুমি নুবুজিবা মোৰ মনৰ কি গতি
খবৰো নোৱাৰো মই টোপনি খতি
তুমি কোন গাঁৱৰে ৰূপহী
আগে পাছে দেখা নাই
তুমি কোন গাঁৱৰে ৰূপহী
তোমাকে দেখা পৰা মোৰ
বুকুতে খেলি মেলি
অ... আগে পাছে দেখা নাই
তুমি কোন গাঁৱৰে ৰূপহী
আগে পাছে দেখা নাই
তুমি কোন গাঁৱৰে ৰূপহী
তোমাকে দেখা পৰা মোৰ
বুকুতে খেলি মেলি
অ...
তুমি নুবুজিবা মোৰ মনৰ কি গতি
খবৰো নোৱাৰো মই টোপনি খতি
Writer(s): Traditional Lyrics powered by www.musixmatch.com