Songtexte.com Drucklogo

Kiyo Anekoi Songtext
von Zubeen Garg

Kiyo Anekoi Songtext

Music...

কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ যায়,
কিয় এনেকৈ আপোনজন অচিনাকী হৈ যায়
কিয় এনেকৈ জীবন হেৰাই
কিয় এনেকৈ জীবন হেৰাই
সময়ৰ প্ৰতিটো খোজত
কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ যায়


লিহিৰি আঙুলিৰ পৰশ মধুৰ
আপোন বুকুৰ উশাহ গধুৰ
লিহিৰি আঙুলিৰ পৰশ মধুৰ
আপোন বুকুৰ উশাহ গধুৰ ভগা প্ৰেমৰ মৃতদেহ বুকুৰ চিতাত জলে নিতে
কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ যায়

পথে পথে কতনা ছবি দুহাতে দুমুঠি অতীত মাধুৰী
কৰবাত দুখৰো কান্দুন শুনো
বুকু ঢাকি হাবটি ৰাখো

কৰবাত দুখৰো কান্দুন শুনো বুকু ঢাকি হাবটি ৰাখো
ভগা প্ৰেমৰ মৃতদেহ বুকুৰ চিতাত জ্বলে নিতে


কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ যায়
কিয় এনেকৈ আপোনজন অচিনাকী হৈ যায়
কিয় এনেকৈ জীবন হেৰাই
কিয় এনেকৈ জীবন হেৰাই
সময়ৰ প্ৰতিটো খোজত
কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ যায়...
Music...

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Fans

»Kiyo Anekoi« gefällt bisher niemandem.